Saturday, January 29, 2022

অভিনেত্ৰী Shraddha Aryaই মালদ্বীপ(Maldives)ৰ এই ছবিবোৰৰ সৈতে তেওঁৰ “বিবাহৰ পিছত জীৱন” সংক্ষিপ্ত কৰে

Entertainmentঅভিনেত্ৰী Shraddha Aryaই মালদ্বীপ(Maldives)ৰ এই ছবিবোৰৰ সৈতে তেওঁৰ "বিবাহৰ পিছত জীৱন" সংক্ষিপ্ত কৰে

অভিনেত্ৰী শ্ৰদ্ধা আৰ্য (Shraddha Arya) ই বৰ্তমান মালদ্বীপত তেওঁৰ স্বামী ৰাহুল নাগাল (Rahul Nagal)ৰ সৈতে ভাগ সময় কটোৱা দেখা হৈছে। যোৱা মাহত ৰাহুলৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা অভিনেত্ৰীগৰাকীয়ে সোমবাৰৰ পৰা beach destination ৰ পৰা নিজৰ কিছুমান আকৰ্ষণীয় ছবি শ্বেয়াৰ কৰি আহিছে।

Actress গৰাকীৰ শেহতীয়া পোষ্টটোত, শ্ৰদ্ধা আৰ্যক এটা বগা বিকিনি পিন্ধি পোজ দিয়া দেখা যায়, নীলা আকাশৰ লগত মিল খোৱা সাগৰৰ পাৰৰ ফটোৱোৰ চালে চকুত লগা যেন হৈছে।

Most Importantly, অন্তিম ফটোখন, অভিনেত্ৰী গৰাকীৰ ভংগীমাক তেওংৰ স্বামীয়ে “উপহাস” কৰা দেখা যায়।

অভিনেত্ৰী গৰাকীয়ে এটা Instagram Post কৰি লিখে – “Swipe to the last photo to see how my cute weird husband mocks my poses! #LifeAfterMarriage” 

Check out our other content

Check out other tags:

Most Popular Articles