Saturday, January 29, 2022

ISROৰ বিজ্ঞানী ৰূপে নিৰ্বাচিত নগাঁৱৰ নাজনিন য়াচমিন (Naznin Yasmin)

CareerISROৰ বিজ্ঞানী ৰূপে নিৰ্বাচিত নগাঁৱৰ নাজনিন য়াচমিন (Naznin Yasmin)

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ(Indian Space Research Organization) বিজ্ঞানী ৰূপে নিৰ্বাচিত হৈছে অসমৰ তথা নগাঁৱৰ জুৰীয়াৰ নাজনিন য়াচমিন (Naznin Yasmin)।

নগাঁৱৰ জুৰীয়াৰ পৰা KADAMONI TOWN High Schoolৰ শিক্ষক আবু কালাম আজাদ আৰু শিক্ষয়ীত্ৰী মঞ্জিলা বেগমৰ কন্যা নাজনিন য়াচমিনে ISRO ৰ বিজ্ঞানী হিচাবে নিৰ্বাচিত হৈছে

নাজনিন য়াচমিনে কল্পনা চাউলাৰ পৰা উত্সাহিত হৈ তেঁও নৱম শ্ৰেণীৰ পৰা বিজ্ঞানী হোৱাৰ চিন্তা চৰ্চা আৰাম্ভ কৰিছিল।

Check out our other content

Check out other tags:

Most Popular Articles